Sale

আৰোগ্যকাৰী মেকুৰীটো: Assamese Edition of T - Hardback

Wickwick Ltd
SKU:
9789523571631
|
ISBN13:
9789523571631
$28.50 $23.09
(No reviews yet)
Usually Ships in 24hrs
Current Stock:
Estimated Delivery by: | Fastest delivery by:
Adding to cart… The item has been added
Buy ebook
Celesse, the healer cat, is a highly respected member of the neighborhood. As the mistress's favorite cat, she spends lazy days in the warmth of the house. One snowy night a mother hare rushes in, desperate for help. Reluctantly, the healer cat travels with her through a nighttime snowstorm and biting cold winds. In a dark forest, Celesse comes face-to-face with a scary surprise and is forced to gather her powers for the first time in a while. --- ছেলিছ নামৰ আৰোগ্যকাৰী মেকুৰীটো তাইৰ স্বাভাৱিক গুণৰ বাবে চুবুৰীটোৰ অতি আদৰৰ সদস্য হৈ উঠিছিল৷ গৰাকীনিৰ প্ৰিয় হোৱা বাবে তাইৰ জিৰণিৰ দিনকেইটা ঘৰৰ ভিতৰৰ উম লৈ আৰামত কটাই আছিল৷ কিন্তু তেনে এক সময়তে সহায় বিচাৰি এটি মাতৃ শহাপহু ধুমুহা গতিৰে ভিতৰলৈ সোমাই আহিল৷ তাইৰ আকোৰগজালিত হাৰ মানি, অনিচ্ছাস্বত্বেও আৰোগ্যকাৰী মেকুৰীটো নিশাৰ বৰফাবৃত ৰাস্তা আৰু হিমশীতল ধুমুহাৰ মাজেৰে তাইৰ লগত যাবলৈ মান্তি হ'ল৷ গভীৰ অৰণ্যৰ মাজত ছেলিছ এক ভয়ানক বিস্ময়ৰ মুখা-মুখি হ'ল আৰু নিজৰ সমগ্ৰ শক্তি গোটাই লবলৈ বাধ্য হ'ল৷ যেতিয়া দীঘল ৰাতিটো আৰু সফল যাত্ৰাটোৰ অন্ত পৰিছিল, তেতিয়া সূর্য্যৰ উত্তাপে কেৱল হিমাবৃত অৰণ্যই নহয় বৰং আৰোগ্যকাৰী মেকুৰীটোৰ অন্তৰো উমাল কৰি পেলাইছিল৷


  • | Author: Tuula Pere
  • | Publisher: Wickwick Ltd
  • | Publication Date: Aug 11, 2019
  • | Number of Pages: 46 pages
  • | Binding: Hardback or Cased Book
  • | ISBN-10: 952357163X
  • | ISBN-13: 9789523571631
Author:
Tuula Pere
Publisher:
Wickwick Ltd
Publication Date:
Aug 11, 2019
Number of pages:
46 pages
Binding:
Hardback or Cased Book
ISBN-10:
952357163X
ISBN-13:
9789523571631